শেহতীয়া খবৰ
বিজেপি ত্যাগ কৰিলে যতীন বৰাই...  •  বিজেপি ত্যাগ কৰিলে যতীন বৰাই...  •  গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুত টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ...  •  মৰিগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ... VIDEO  •  ঢকুৱাখনাত বিজেপিৰ কাৰ্যালয়ৰ পিছত এইবাৰ জ্বলি ছাই হ'ল অগপৰ কাৰ্যালয়  •  কেবক লৈ প্ৰধানমন্ত্ৰী, কেবৰ বাবে অসমৰ লগতে আন ৰাজ্যসমূহৰ পৰম্পৰা, সংস্কৃতি, ভাষা ইত্যাদিৰ ওপৰত একো প্ৰভাৱ নপৰে  •  কেবক লৈ প্ৰধানমন্ত্ৰী, কেবৰ বাবে অসমৰ লগতে আন ৰাজ্যসমূহৰ পৰম্পৰা, সংস্কৃতি, ভাষা ইত্যাদিৰ ওপৰত একো প্ৰভাৱ নপৰে  •  ঢকুৱাখনাত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়...  •  চানমাৰিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ট্ৰেফিক পইন্ট...  •  চানমাৰিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ট্ৰেফিক পইন্ট...

নলবাৰীত বানাক্ৰান্তৰ মাজত বান সাহাৰ্য্য…

104

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ বানে বিধ্বস্ত কৰা নলবাৰী জিলাৰ বালিতাৰা,ধমধমা,পূৱ বালিতৰা আৰু হাতি নমাটিত বুধবাৰে নলবাৰী ভাৰতীয় জনতা পৰ্টিৰ কিষান মৰ্চাৰ নলবাৰী জিলা সমিতিয়ে কিছু বান সাহায্য বিতৰন কৰে ।

বানাক্ৰান্ত সকলৰ খা-খবৰ লোৱাৰ উপৰিও তেওলোকৰ মাজত বিস্কুট,কেক,পানী বটলৰ লগতে কিছু চাউল আৰু চিৰা বিতৰণ কৰে । বানাক্ৰান্তৰ মাজত নলবাৰী জিলা বিজেপিৰ কিষান মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকা,সম্পাদক সঞ্জীত ডেকা( ৰাহুল ৰাজ) বিজুমনি হালৈ, উপ-সভাপতি মনোজ ভট্ৰ, কোষাধক্ষ অমিত জালানসহ ভালেকেইজন দলীয় কৰ্মী উপস্থিত থাকে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি