নলবাৰীৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল…

নলবাৰীৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল…

নলবাৰী জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল-

জিলা পৰিষদ মুঠ আসন- ১৩

  • বিজেপিয়ে লাভ কৰিছেঃ ১১
  • কংগ্ৰেছে লাভ কৰিছেঃ ২
  • অগপই লাভ কৰিছেঃ ০
  • অন্যান্যই লাভ কৰিছেঃ ০

গাঁও পঞ্চায়তৰ সভাপতি পদৰ মুঠ সংখ্যা- ৬৫

  • বিজেপিয়ে লাভ কৰিছেঃ ৪৮
  • কংগ্ৰেছে লাভ কৰিছেঃ ১৩
  • অগপই লাভ কৰিছেঃ ২
  • অন্যান্যই লাভ কৰিছেঃ ২

 

আঞ্চলিক পঞ্চায়তৰ সদস্যৰ মুঠ সংখ্যা- ৬৫

  • বিজেপিয়ে লাভ কৰিছেঃ ৫১
  • কংগ্ৰেছে লাভ কৰিছেঃ ১২
  • অগপই লাভ কৰিছেঃ ১
  • অন্যান্যই লাভ কৰিছেঃ ১

 

গাঁও পঞ্চায়তৰ সদস্যৰ মুঠ সংখ্যা- ৬৫০

  • বিজেপিয়ে লাভ কৰিছেঃ ৩২৯
  • কংগ্ৰেছে লাভ কৰিছেঃ ১৪২
  • অগপই লাভ কৰিছেঃ ১৪
  • চি পি এমে লাভ কৰিছেঃ ২
  • বি পি এফে লাভ কৰিছেঃ ২
  • অন্যান্যই লাভ কৰিছেঃ ১৫

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in