নলবাৰীত বি-ডিভিজন ফুটবল…

নলবাৰীত বি-ডিভিজন ফুটবল…

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত সৰিয়হতলী জিলা ক্ৰীড়া প্ৰকল্পত চলি থকা হৰিনাৰায়ণ দত্তবৰুৱা সোঁৱৰণী বি- ডিভিজন ফুটবল লীগৰ দ্বিতীয়খন ছেমি ফাইনেলত দেওবাৰে নৰ্থ কামৰূপ স্প'ৰ্টিং ক্লাবে নৰ্থ নলবাৰী স্প'ৰ্টছ ক্লাবক ট্ৰাইবেকাৰৰ সহায়ত ৪-৩ গ'লৰ ব্যৱধানত পৰাজিত কৰে ৷ দাতা পৰিয়ালৰ তৰফৰ পৰা উপস্থিত থকা সমাজসেৱিকা অসমী দত্তবৰুৱাক পৰিচালনা সমিতিয়ে সম্বৰ্ধনা জনায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in