শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

নলবাৰীত বি-ডিভিজন ফুটবল…

125

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত সৰিয়হতলী জিলা ক্ৰীড়া প্ৰকল্পত চলি থকা হৰিনাৰায়ণ দত্তবৰুৱা সোঁৱৰণী বি- ডিভিজন ফুটবল লীগৰ দ্বিতীয়খন ছেমি ফাইনেলত দেওবাৰে নৰ্থ কামৰূপ স্প’ৰ্টিং ক্লাবে নৰ্থ নলবাৰী স্প’ৰ্টছ ক্লাবক ট্ৰাইবেকাৰৰ সহায়ত ৪-৩ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷ দাতা পৰিয়ালৰ তৰফৰ পৰা উপস্থিত থকা সমাজসেৱিকা অসমী দত্তবৰুৱাক পৰিচালনা সমিতিয়ে সম্বৰ্ধনা জনায় ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি