উপায়ুক্তৰ নিৰ্দেশ, ১৪৪ ধাৰা জাৰিঃ ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক সমাবেত হ’ব নোৱাৰিব…

উপায়ুক্তৰ নিৰ্দেশ,  ১৪৪ ধাৰা জাৰিঃ ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক সমাবেত হ’ব নোৱাৰিব…
  • নলবাৰীত ১৪৪ ধাৰা জাৰি।
  • নলবাৰীৰ উপায়ুক্ত পূৰবী কোঁৱৰৰ নিৰ্দেশনা।
  • অনুমতি অবহিনে কোনো সমদল সভা কৰিব নোৱাৰিব।
  • ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক গোট খাব নোৱাৰিব।
  • প্রশাসনৰ অনুমতি অবিহনে খেলা-ধূলা অনুষ্ঠিত কৰিব নোৱাৰিব।
  • ধৰ্মঘট, ধৰ্ণাও দিব নোৱাৰিব।
  • শুকুৰবাৰৰে পৰা প্রযোজ্য হোৱাকৈ এই নিৰ্দেশনা জাৰি।
  • ৬০ দিনলৈ বাহাল থাকিব এই নিৰ্দেশনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in