শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ…

1,391
  • নাজিৰাত উত্তপ্ত পৰিস্থিতি।
  • বিজেপিৰ বাইক ৰেলীৰ সময়তে উত্তপ্ত পৰিস্থিতি।
  • মন্ত্ৰী হিমন্তৰ বাইক ৰেলী বাধা কংগ্ৰেছৰ।
  • বাইক ৰেলী আবদ্ধ কৰি বিজেপি গ’ বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ।
  • হিমন্ত বিশ্ব মুৰ্দাবাদ, বিজেপিৰ কাম নাই ধ্বনিৰে উত্তাল প্ৰতিবাদ।
  • কংগ্ৰেছ প্ৰতিবাদকাৰীসকলৰ নেতৃত্বত নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া।
  • কনভয়ৰ সন্মুখত থিয় হৈ হিমন্ত বিশ্ব শৰ্মাক ৰেলী কৰাত বাধা নেতাগৰাকীৰ।
  • দুইপক্ষৰ মাজত প্ৰচণ্ড হতাহতিৰো সৃষ্টি হয়।
  • পৰিস্থিতি ক্ৰমাৎ অনিয়ন্ত্ৰিত হোৱাৰ দিশে।
  • উপস্থিত আছে আৰক্ষীৰ কেবাগৰাকী উচ্চপদস্থ বিষয়া।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি