শেহতীয়া খবৰ
গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ...  •  গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ...  •  দিল্লীত এবিভিপিৰ প্ৰতিবাদী মিছিল বাহিৰ...  •  পুনৰ বিনিয়োগেই দেশৰ আৰ্থিক সংকট দূৰ কৰাৰ সমাধান নহয়ঃ মমতা বেনাৰ্জী  •  যুৱ সাংবাদিক সন্থা, অসমৰ বাৰ্ষিক বঁটা ঘোষণাঃ ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা  •  ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত জৰুৰী অবতৰণ গুৱাহাটীৰ পৰা মুম্বাইলৈ উৰা মৰা স্পাইছজেট বিমান  •  যিয়ে আমাৰ বিধায়কক ভাবুকি প্ৰদান কৰে, তাৰ মূৰ আৰু ভৰি ভাঙিমঃ শিৱসেনা  •  অসম চৰকাৰ গ' বেক ধ্বনি বাঙালি ফেডাৰেচনৰ, উত্তাল কোকৰাঝাৰ  •  শ্ৰীলংকাৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ল মহিন্দা ৰাজাপাকছা...  •  ভৰিত শিকলি পিন্ধি ২ মাহে দূৰ্বিসহ জীৱন পাৰ কৰিছে বিচুৱে…

দুৰ্ঘটনাক কেন্দ্ৰ কৰি নাহৰলগুনত উত্তপ্ত পৰিস্থিতি, মৰিয়াই মৰিয়াই হত্যা কৰিলে বিশ্বনাথৰ যুৱকক…

6,722
  • অৰুণাচলৰ নাহৰলগুনত দুৰ্ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হৈছে ভয়াৱহ ঘটনা।
  • নাহৰলগুন হেলিপেড ৰোডত এখন স্ক’ৰপিঅ’ত খুন্দা মাৰিছিল এখন স্কুটীয়ে।
  • সামান্যভাৱে স্ক’ৰপিঅ’খনত খুন্দা মাৰিছিল স্কুটীখনে।
  • স্কুটীখনত আছিল দুজন আৰোহী।
  • এই ঘটনাক কেন্দ্ৰ কৰিয়েই স্ক’ৰপিঅ’খনৰ আৰোহীয়ে বেয়াকৈ প্ৰহাৰ কৰে দুই স্কুটী আৰোহীক।
  • এই প্ৰহাৰত থিতাতে নিহত হয় স্কুটীখনৰ এজন আৰোহী।
  • নিহত স্কুটী আৰোহীজনৰ নাম দীনেশ সাহানী।
  • দীনেশৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ বুলি জানিব পৰা গৈছে।
  • দেৱেন চৌধুৰী নামৰ আনজন স্কুটী আৰোহীক সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • এই ঘটনাৰ সৈতে জড়িত অভিযোগত আটক কৰা হৈছে দুই স্ক’ৰপিঅ’ আৰোহীক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি