নাহৰকটীয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

নাহৰকটীয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী
  • নাহৰকটীয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী।
  • ধৃত ব্যৱসায়ী দুজনৰ নাম চাৱাং লৱাং আৰু প্ৰাঞ্জল বুঢ়াগোহাঁই ওৰফে মুন্না।
  • দুয়োজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ব্ৰাউন চুগাৰ, লগতে এখন বাইক।
  • এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in