নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰাংচিকাৰী

  • নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰাংচিকাৰী।
  • ধৃত চিকাৰীটো মণিপুৰৰ চূড়াচান্দপুৰৰ জেমছ থাংলুৱাই।
  • কাজিৰঙা, ওৰাঙত গঁড় হত্যাৰ পৰিকল্পনাৰে অসমলৈ আহিছিল চিকাৰীটো।
  • বিফল হৈ ঘূৰি যোৱাৰ পথত জালত পৰিল আৰক্ষীৰ।
  • চোৰাংচিকাৰীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আটক হ'ল কামপুৰ কচুৱাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক চাফিৰুদ্দিন।
  • ধৃত দুয়োকে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in