নগাঁৱত ছাঁই হ’ল বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী…

নগাঁৱত ছাঁই হ’ল বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী…
  • ড্ৰাগছ বিনষ্টকৰণৰ আজি দ্বিতীয় দিন।
  • নগাঁৱত ছাঁই হ'ল বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী
  • নগাঁও জিলাৰ বঢ়মপুৰত দাহন প্ৰক্ৰিয়া
  • জ্বলোৱা হৈছে ৯.৭০০ কেজি হেৰইন, ৩পেকেট গাঞ্জা
  • কেনাবিছ ২৫৩.৩০১ কেজি, অপিয়াম ৯৭৭ গ্ৰাম জ্বলোৱা হৈছে।
  • ২,৭১,৯০৪ টা নিচাযুক্ত টেবলেটো ধ্বংস কৰা হল জুইত।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ দাহ কৰিলে এই বৃহত পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in