নগাঁৱত বৃহত্‍ পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ

নগাঁৱত বৃহত্‍ পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ
  • নগাঁৱত বৃহত্‍ পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ।
  • চহৰখনৰ সমীপৰ বেঙেনাআটিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৫০৭ বটল কফ চিৰাফ, ৮ হাজাৰ টকা।
  • ছাইফুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা জব্দ কৰে আৰক্ষীয়ে।
  • আৰক্ষী বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in