অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁৱৰ কচুৱাৰ দলবদ্ধ ধৰ্ষণৰ খলনায়ক…

অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁৱৰ কচুৱাৰ দলবদ্ধ ধৰ্ষণৰ খলনায়ক…
  • অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁৱৰ কচুৱাৰ দলবদ্ধ ধৰ্ষণৰ খলনায়ক।
  • কচুৱা আৰু কামপুৰ আৰক্ষীৰ যৌথভাৱে অভিযান চলাই কচুৱাৰ পৰা গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত ফেৰীৱালা মুকলেচ আলীক।
  • দুই নং কচুৱাৰ লম্পটটোৱে জঘন্যকাণ্ডৰ পিছৰে পৰা এসপ্তাহ ধৰি হৈ আছিল পলাতক।
  • ৩ মাৰ্চত কচুৱাৰ হালধিআটি পথাৰত নিশা ৭জনীয়া এটা দলে ধৰ্ষণ কৰিছিল এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক।
  • এইপৰ্যন্ত ঘটনাৰে জড়িত ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in