নগাঁৱত ডকাইতৰ গুলীত এজন নিহত, আহত ২

নগাঁৱত ডকাইতৰ গুলীত এজন নিহত, আহত ২
  • নগাঁৱত ডকাইতৰ গুলীত এজন নিহত।
  • বৰঘাটত চলন্ত বাহনত আক্ৰমণ ডকাইতৰ।
  • নিহত লোকজন গোলাঘাটৰ কেশৱ ৰানা।
  • বিবাহৰ সামগ্ৰী কঢ়িওৱা বলেৰ' পিকআপত ডকাইতি।
  • ডকাইতৰ আক্ৰমণত দুজন লোক আহত।
  • আহত লোকদুজন কমল ছেত্ৰী, সঞ্জীৱ ছেত্ৰী।
  • আহত দুয়োকে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in