পঞ্চায়ত নিৰ্বাচনত নগাঁও অগপই কোনো আন ৰাজনৈতিক দলৰে মিত্ৰতা নকৰাৰ সিদ্ধান্ত

পঞ্চায়ত নিৰ্বাচনত নগাঁও অগপই কোনো আন ৰাজনৈতিক দলৰে মিত্ৰতা নকৰাৰ সিদ্ধান্ত
  • পঞ্চায়ত নিৰ্বাচনত নগাঁও অগপই কোনো আন ৰাজনৈতিক দলৰে মিত্ৰতা নকৰাৰ সিদ্ধান্ত ।
  • আজি নগাঁৱত অসম গণ পৰিষদৰ জিলা কাৰ্যনিৰ্বাহক সভা ।
  • জিলা অগপৰ কাৰ্যালয়ত অনুস্থিত হয় সভাখন ।
  • আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলৰ ৰণ কৌশল সম্পৰ্কে আলোচনা হয় ।
  • সভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ লগতে প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা উপস্থিত।
  • চামগুৰি সমষ্টিৰ খাটোৱাল পঞ্চায়তৰ বহু সক্ৰিয় বিজেপি কৰ্মীয়ে আজিৰ সভাত অগপ দলত যোগদান ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in