নগাঁও জিলাৰ ৰঙলুত পথ দুৰ্ঘটনা যুৱক নিহত…

নগাঁও জিলাৰ ৰঙলুত পথ দুৰ্ঘটনা যুৱক নিহত…
  • নগাঁও জিলাৰ ৰঙলুত পথ দুৰ্ঘটনা যুৱক নিহত ।
  • যুৱক জন পাঠৰীৰ বিপুল বৰা ।
  • চাইকেল আৰোহীক বিপুলক পছন্দ জোৰেৰে খুন্দা মাৰি Scorpio পলায়ন ।
  • ৰঙলুৰ এটা পেট্ৰল পাম্পষ্ট কাম কৰে যুৱকজনে ।
  • পেট্ৰল পাম্পত কাম শেষ কৰি ঘৰলৈ ওভতা পথত এই দুৰ্ঘটনা সঘাটিত হয়।
  • সংকটজনক অৱস্থত চিকিৎসাৰ বাবে গুৱাহাটীৰ লৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসালয় পোৱাৰ আগতে মৃত্যু হয় বিপুল বৰাৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in