শেহতীয়া খবৰ
শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  দক্ষিণ শালমাৰা মানকাচৰৰ ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পোলিং বিষয়া  •  পুনৰ লাডেনৰ সন্ত্ৰাস, হত্যা কৰিলে এজন লোকক  •  'হিমন্ত জ’কাৰ, ৰাইজে জ’কাৰৰ নৃত্য চাই ভোট নিদিয়ে’

নগাঁৱত ১৪ লাখ ৯৪ হাজাৰ টকা জব্দ…

165
  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুৰ্হুতত নগাঁৱত ১৪ লাখ ৯৪ হাজাৰ টকা জব্দ।
  • নগাঁও চহৰৰ মাজমজিয়াত থকা হোটেল টেন ইলেভেনত জব্দ ধনখিনি।
  • প্ৰদ্যুৎ বৰদলৈৰ ছবি সম্বলিত বেজ উদ্ধাৰ হৈছে ধনখিনি জব্দ হোৱা হোটেলৰ কোঠাটোত।
  • আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত ৩জন লোকক আটক কৰিছে।
  • ধৃত লোককেইজন হৈছে নগাঁৱৰ ফৌজদাৰীপট্টিৰ জিতেন গোস্বামী, তিনিচুকীয়াৰ ছাকিল আহমেদ আৰু গুৱাহাটীৰ অৰিন্দম কাকতি।
  • নৱ তালুকদাৰ নামৰ এজনৰ নামত বুকিং আছিল কোঠাটো।
  • ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ অভিযানত জব্দ হয় ধনখিনি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি