নগাঁৱত ১৪ লাখ ৯৪ হাজাৰ টকা জব্দ…

নগাঁৱত ১৪ লাখ ৯৪ হাজাৰ টকা জব্দ…

  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুৰ্হুতত নগাঁৱত ১৪ লাখ ৯৪ হাজাৰ টকা জব্দ।
  • নগাঁও চহৰৰ মাজমজিয়াত থকা হোটেল টেন ইলেভেনত জব্দ ধনখিনি।
  • প্ৰদ্যুৎ বৰদলৈৰ ছবি সম্বলিত বেজ উদ্ধাৰ হৈছে ধনখিনি জব্দ হোৱা হোটেলৰ কোঠাটোত।
  • আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত ৩জন লোকক আটক কৰিছে।
  • ধৃত লোককেইজন হৈছে নগাঁৱৰ ফৌজদাৰীপট্টিৰ জিতেন গোস্বামী, তিনিচুকীয়াৰ ছাকিল আহমেদ আৰু গুৱাহাটীৰ অৰিন্দম কাকতি।
  • নৱ তালুকদাৰ নামৰ এজনৰ নামত বুকিং আছিল কোঠাটো।
  • ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ অভিযানত জব্দ হয় ধনখিনি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in