নগৰবেৰাত মহিলাৰ আত্মহত্যাৰ অপচেষ্টা

  • দক্ষিণ কামৰূপৰ নগৰবেৰাত অঘটন।
  • পাহাৰপাৰাত মহিলাৰ আত্মহত্যাৰ অপচেষ্টা।
  • দেহত অগ্নিসংযোগ কৰি আত্মহত্যাৰ চেষ্টা মহিলাগৰাকীৰ।
  • ঘটনাক কেন্দ্ৰ কৰি সমগ্র অঞ্চলজুৰি চাঞ্চল্য।
  • সম্পূৰ্ণৰূপে অগ্নিদগ্ধ মহিলাগৰাকী।
  • সংকটজনক অৱস্থাত মহিলগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ।
  • মহিলাগৰাকীৰ আত্মহত্যাৰ অপচেষ্টাৰ কাৰণ জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in