ৰাজস্থানৰ ৪৯ নগৰ পালিকাৰ নিৰ্বাচনৰ ফলাফলঃ ২৮খনত কংগ্ৰেছ আৰু ১৬খন বিজেপিৰ জয়…

ৰাজস্থানৰ ৪৯ নগৰ পালিকাৰ নিৰ্বাচনৰ ফলাফলঃ ২৮খনত কংগ্ৰেছ আৰু ১৬খন বিজেপিৰ জয়…

ডিজিটেল ডেস্কঃ মঙলবাৰে ঘোষণা কৰা হ'ল ৰাজস্থানৰ ৪৯টা নগৰ পালিকাৰ বাবে হোৱা ভোটগণনাৰ ফলাফল। এই নগৰ পালিকাত অন্তৰ্ভুক্ত হৈ আছে নৱগঠিত ৬টা নগৰ পালিকাও। এই নিৰ্বাচনত মুঠ ২৮খন নগৰ পালিকাত কংগ্ৰেছে জয় লাভ কৰে। ইফালে, বিজেপিয়ে জয়ী হয় ১৬টা নগৰ পালিকাত।

আনহাতে, ৩টা নগৰ পালিকাত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয়। আনহাতে,২টা নগৰ পালিকাত ফলাফল সমান সমান হয়। উল্লেখ্য যে, কংগ্ৰেছ ৯৬১টা ৱাৰ্ড আৰু বিজেপি৭৩৭টা ৱাৰ্ডত জয়ী হয়। আনহাতে বি এছ পিৰ ১৬, এম চি পিৰ ৩ আৰু এন চি পিৰ ২জনকাউন্সিলাৰ বিজয়ী হয়। এই নিৰ্বাচনৰ ফলাফলক লৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটেকয় যে, এয়াই আশা কৰা হৈছিল।

ৰাজ্যখনৰ নগৰ পালিকা নিৰ্বাচনৰ ফলাফল-

ব্যাৱৰ নগৰ পালিকাঃ

কংগ্ৰেছ-১৬

বিজেপি-২৯

নিৰ্দলীয়-১৫

বিএছপি-০

এমচিপিআৰু এন চি পি-০

পুষ্কৰ নগৰ পালিকাঃ

কংগ্ৰেছ-৯

বিজেপি-১৪

নিৰ্দলীয়-২

বিএছপি-০

এমচিপিআৰু এনচিপি-০

অলৱৰ নগৰ পৰিষদঃ

কংগ্ৰেছ-১৯

বিজেপি-২৬

নিৰ্দলীয়-১৯

বিএছপি-০

এমচিপিআৰু এনচিপি-০

ভিৱাড়ী নগৰ পৰিষদঃ

কংগ্ৰেছ-২৩

বিজেপি-২৩

নিৰ্দলীয়-১২

বিএছপি-২

এমচিপিআৰু এনচিপি-০

বান্সৱাড়া নগৰ পালিকাঃ

কংগ্ৰেছ-৩৬

বিজেপি-২১

নিৰ্দলীয়-৩

বিএছপি-০

এমচিপিআৰু এনচিপি-০

ছবড়া নগৰ পালিকাঃ

কংগ্ৰেছ-১৫

বিজেপি-৮

নিৰ্দলীয়-১০

বিএছপি-২

এমচিপিআৰু এনচিপি-০

মাগঁৰোল নগৰ পালিকাঃ

কংগ্ৰেছ-১৫

বিজেপি-১৩

নিৰ্দলীয়-৭

বিএছপি-০

এমচিপিআৰু এনচিপি-০

বাড়মেৰ নগৰ পৰিষদঃ

কংগ্ৰেছ-৩৩

বিজেপি-১৮

নিৰ্দলীয়-৪

বিএছপি-০

এমচিপিআৰু এনচিপি-০

বালোতৰা নগৰ পৰিষদঃ

কংগ্ৰেছ-১৬

বিজেপি-২৫

নিৰ্দলীয়-৪

বিএছপি-০

এমচিপিআৰু এনচিপি-০

ভৰতপুৰ নগৰ নিগমঃ

কংগ্ৰেছ-১৮

বিজেপি-২২

নিৰ্দলীয়-২২

বিএছপি-৩

এমচিপিআৰু এনচিপি-০

বীকানেৰ নগৰ পৰিষদঃ

কংগ্ৰেছ-২৬

বিজেপি-৩৯

নিৰ্দলীয়-১২

বিএছপি-১

এমচিপিআৰু এনচিপি-২ (এন চি পি)

ছিত্তোড়গড় নগৰ পৰিষদঃ

কংগ্ৰেছ-৩৬

বিজেপি-২৪

নিৰ্দলীয়-০

বিএছপি-০

এমচিপিআৰু এনচিপি-০

নিম্বাহেড়া নগৰ পালিকাঃ

কংগ্ৰেছ-২৮

বিজেপি-১৬

নিৰ্দলীয়-১

বিএছপি-০

এমচিপিআৰু এনচিপি-০

ৰাৱতভাটা নগৰ পালিকাঃ

কংগ্ৰেছ-২৬

বিজেপি-১১

নিৰ্দলীয়-৩

বিএছপি-০

এমচিপিআৰু এনচিপি-০

চুৰু নগৰ পৰিষদঃ

কংগ্ৰেছ-৩৬

বিজেপি-১৭

নিৰ্দলীয়-৭

বিএছপি-০

এমচিপিআৰু এনচিপি-০

গংগানগৰ নগৰ পৰিষদঃ

কংগ্ৰেছ-১৯

বিজেপি-২৪

নিৰ্দলীয়-২২

বিএছপি-০

এমচিপিআৰু এনচিপি-০

সুৰতগড় নগৰ পালিকাঃ

কংগ্ৰেছ-২২

বিজেপি-১২

নিৰ্দলীয়-৯

বিএছপি-১

এমচিপিআৰু এনচিপি-১ (এম চি পি)

হনুমানগড় নগৰ পৰিষদঃ

কংগ্ৰেছ-৩৬

বিজেপি-১৮

নিৰ্দলীয়-৬

বিএছপি-০

এমচিপিআৰু এনচিপি-০

জেছলমেৰ নগৰ পৰিষদঃ

কংগ্ৰেছ-২১

বিজেপি-২০

নিৰ্দলীয়-৪

বিএছপি-০

এমচিপিআৰু এনচিপি-০

ভীনমাল নগৰ পালিকাঃ

কংগ্ৰেছ-১৪

বিজেপি-১৮

নিৰ্দলীয়-৮

বিএছপি-০

এমচিপিআৰু এনচিপি-০

জালোৰ নগৰ পৰিষদঃ

কংগ্ৰেছ-১৪

বিজেপি-১৮

নিৰ্দলীয়-৮

বিএছপি-০

এমচিপিআৰু এনচিপি-০

বিছাও নগৰ পালিকাঃ

কংগ্ৰেছ-১৭

বিজেপি-৫

নিৰ্দলীয়-৩

বিএছপি-০

এমচিপিআৰু এনচিপি-০

ঝুনঝুঁনু নগৰ পৰিষদঃ

কংগ্ৰেছ-৩৪

বিজেপি-১০

নিৰ্দলীয়-১৬

বিএছপি-০

এমচিপিআৰু এনচিপি-০

পিলানী নগৰ পালিকাঃ

কংগ্ৰেছ-২

বিজেপি-৩

নিৰ্দলীয়-৩০

বিএছপি-০

এমচিপিআৰু এনচিপি-০

ফলোডী নগৰ পালিকাঃ

কংগ্ৰেছ-২৭

বিজেপি-৯

নিৰ্দলীয়-৪

বিএছপি-০

এমচিপিআৰু এনচিপি-০

কেথুন নগৰ পালিকাঃ

কংগ্ৰেছ-১৮

বিজেপি-৬

নিৰ্দলীয়-১

বিএছপি-০

এমচিপিআৰু এনচিপি-০

সাংগোড নগৰ পালিকাঃ

কংগ্ৰেছ-১৬

বিজেপি-৭

নিৰ্দলীয়-২

বিএছপি-০

এমচিপিআৰু এনচিপি-০

ডীডৱাণা নগৰ পালিকাঃ

কংগ্ৰেছ-২৫

বিজেপি-৫

নিৰ্দলীয়-১০

বিএছপি-০

এমচিপিআৰু এনচিপি-০

মকৰাণা নগৰ পৰিষদঃ

কংগ্ৰেছ-৩৫

বিজেপি-৩

নিৰ্দলীয়-১৭

বিএছপি-০

এমচিপিআৰু এনচিপি-০

পালী নগৰ পৰিষদঃ

কংগ্ৰেছ-২২

বিজেপি-২৯

নিৰ্দলীয়-১৪

বিএছপি-০

এমচিপিআৰু এনচিপি-০

সুমেৰপুৰ নগৰ পালিকাঃ

কংগ্ৰেছ-৯

বিজেপি-১৮

নিৰ্দলীয়-৮

বিএছপি-০

এমচিপিআৰু এনচিপি-০

নীমকাথান নগৰ পালিকাঃ

কংগ্ৰেছ-১৯

বিজেপি-১২

নিৰ্দলীয়-৪

বিএছপি-০

এমচিপিআৰু এনচিপি-০

ছীকৰ নগৰ পালিকাঃ

কংগ্ৰেছ-৩৭

বিজেপি-১৮

নিৰ্দলীয়-৯

বিএছপি-০

এমচিপিআৰু এনচিপি-১ (এম চি পি)

মাউণ্ড আবু নগৰ পালিকাঃ

কংগ্ৰেছ-১৮

বিজেপি-৬

নিৰ্দলীয়-১

বিএছপি-০

এমচিপিআৰু এনচিপি-০

পিণ্ডৱাড়া নগৰ পালিকাঃ

কংগ্ৰেছ-৮

বিজেপি-১৩

নিৰ্দলীয়-৪

বিএছপি-০

এমচিপিআৰু এনচিপি-০

শিৱগঞ্জ নগৰ পালিকাঃ

কংগ্ৰেছ-১৫

বিজেপি-১৩

নিৰ্দলীয়-৭

বিএছপি-০

এমচিপিআৰু এনচিপি-০

ছিৰোহী নগৰ পৰিষদঃ

কংগ্ৰেছ-২২

বিজেপি-৯

নিৰ্দলীয়-৪

বিএছপি-০

এমচিপিআৰু এনচিপি-০

আমেট নগৰ পালিকাঃ

কংগ্ৰেছ-১৭

বিজেপি-৮

নিৰ্দলীয়-০

বিএছপি-০

এমচিপিআৰু এনচিপি-০

নাথদ্বাৰা নগৰ পালিকাঃ

কংগ্ৰেছ-২৯

বিজেপি-১০

নিৰ্দলীয়-১

বিএছপি-০

এমচিপিআৰু এনচিপি-০

টোংক নগৰ পৰিষদঃ

কংগ্ৰেছ-২৭

বিজেপি-২৩

নিৰ্দলীয়-১০

বিএছপি-০

এমচিপিআৰু এনচিপি-০

কানৌড নগৰ পালিকাঃ

কংগ্ৰেছ-৭

বিজেপি-৭

নিৰ্দলীয়-৬

বিএছপি-০

এমচিপিআৰু এনচিপি-০

উদয়পুৰ নগৰ পালিকাঃ

কংগ্ৰেছ-২০

বিজেপি-৪৪

নিৰ্দলীয়-৫

বিএছপি-০

এমচিপিআৰু এনচিপি-১ (এম চি পি)

নছীৰাবাদ নগৰ পালিকাঃ

কংগ্ৰেছ-৮

বিজেপি-১০

নিৰ্দলীয়-২

বিএছপি-০

এমচিপিআৰু এনচিপি-০

থানাগাজী নগৰ পালিকাঃ

কংগ্ৰেছ-১০

বিজেপি-৯

নিৰ্দলীয়-৬

বিএছপি-০

এমচিপিআৰু এনচিপি-০

প্ৰতাপপুৰ গান্ধীনগৰ পালিকাঃ

কংগ্ৰেছ-১০

বিজেপি-১১

নিৰ্দলীয়-৪

বিএছপি-০

এমচিপিআৰু এনচিপি-০

ৰূপৱাস নগৰ পালিকাঃ

কংগ্ৰেছ-৬

বিজেপি-৬

নিৰ্দলীয়-১৩

বিএছপি-০

এমচিপিআৰু এনচিপি-০

মহুৱা নগৰ পালিকাঃ

কংগ্ৰেছ-৮

বিজেপি-৪

নিৰ্দলীয়-১৩

বিএছপি-০

এমচিপিআৰু এনচিপি-০

খাটুশ্যামজী নগৰ পালিকাঃ

কংগ্ৰেছ-৩

বিজেপি-১১

নিৰ্দলীয়-৬

বিএছপি-০

এমচিপিআৰু এনচিপি-০

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in