তৃতীয় দিনাও নগাঁৱত ভোটগণনা অব্যাহত

তৃতীয় দিনাও নগাঁৱত ভোটগণনা অব্যাহত
  • নগাঁৱত গণনাৰ আজি তৃতীয় দিন।
  • ৭নং বেচামাৰী জিলা পৰিষদৰ ভোট গণনা চলি আছে।
  • নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি আছে ভোট গণনা।
  • বৰ্তমানলৈ নগাঁৱত জিলা পৰিষদৰ ১২খন আসনত বিজেপিৰ, ১১খনত কংগ্ৰেছৰ জয় লাভ।
  • আনহাতে, অগপই ৩খন আসন দখল কৰাৰ বিপৰীতে এ আই ইউ ডি এফেও দখল কৰিছে ৩খন আসন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in