Published on:
Updated on:
- নগাঁৱৰ হয়বৰগাঁৱত হেৰ'ইন সহ দুজনক গ্ৰেপ্তাৰ ৷
- গ্ৰেপ্তৰ কৰা ব্যক্তি দুজনৰ নাম ক্ৰমে হৰেন্দ্ৰ মুদৈ আৰু চাহিল হুছেইন ৷
- হয়বৰগাঁও আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি এল এম বি পথত নিশা ৮ বজাত অভিযান চলায়।
- এই অভিযান চলাই হেৰ'ইন সহ হৰেন্দ্ৰ মুদৈক প্ৰথমে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
- পিছত মুদৈৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা ১৭ বছৰীয়া চাহিল হুছেইনকো গ্ৰেপ্তাৰ কৰা হয়৷
- ধৃত হৰেন্দ্ৰ মুদৈৰ পৰা ২০ টা হেৰ'ইনৰ কন্টেইনাৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in