নগাঁৱৰ হয়বৰগাঁৱত আৰক্ষীৰ অভিযানঃ হেৰ’ইনসহ গ্ৰেপ্তাৰ দুজনক…

নগাঁৱৰ হয়বৰগাঁৱত আৰক্ষীৰ অভিযানঃ হেৰ’ইনসহ গ্ৰেপ্তাৰ দুজনক…
  • নগাঁৱৰ হয়বৰগাঁৱত হেৰ'ইন সহ দুজনক গ্ৰেপ্তাৰ ৷
  • গ্ৰেপ্তৰ কৰা ব্যক্তি দুজনৰ নাম ক্ৰমে হৰেন্দ্ৰ মুদৈ আৰু চাহিল হুছেইন ৷
  • হয়বৰগাঁও আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি এল এম বি পথত নিশা ৮ বজাত অভিযান চলায়।
  • এই অভিযান চলাই হেৰ'ইন সহ হৰেন্দ্ৰ মুদৈক প্ৰথমে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
  • পিছত মুদৈৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা ১৭ বছৰীয়া চাহিল হুছেইনকো গ্ৰেপ্তাৰ কৰা হয়৷
  • ধৃত হৰেন্দ্ৰ মুদৈৰ পৰা ২০ টা হেৰ'ইনৰ কন্টেইনাৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in