নগাঁৱত পিছে পিছে খেদি ট্ৰাক চালকক উদণ্ড যুৱকে কৰিলে মাৰপিট, তাৰ পিছত… VIDEO

নগাঁৱত পিছে পিছে খেদি ট্ৰাক চালকক উদণ্ড যুৱকে কৰিলে মাৰপিট, তাৰ পিছত… VIDEO
  • নগাঁৱৰ ৰেংবঙত উদণ্ড যুৱকৰ উদ্ভণ্ডালি।
  • ডবকাৰ পৰা পিছে পিছে খেদি আহি বালি ট্ৰাকৰ ড্ৰাইভাৰক মাৰপিটৰ অভিযোগ।
  • ৩-৪ জনীয়া যুৱকে সংঘটিত কৰিলে এই ঘটনা।
  • চালান দেখুৱাৰ পিছতো ড্ৰাইভাৰক মাৰপিট কৰে যুৱকৰ দলটোৱে।
  • এখন গাড়ী পলাই আহি কঠিয়াতলি আৰক্ষীৰ সহায় লয়।
  • অৱশ্যে অতিৰিক্ত বালি কঢ়িয়াই অনাৰ বাবে বনবিভাগে জব্দ কৰে ট্ৰাক দুখন।
  • জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ এএছ-০২-চি-৩৬৭২ আৰু এএছ-০২-এচি-৪৮৭০।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in