শেহতীয়া খবৰ
পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ  •  মৃত্যু নহয়! বন বিভাগে হত্যা কৰিলে কৃষ্ণক...  •  ৫ কোটি টকীয়া ঢকুৱাখনা নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  •  চাবোনৰ কেচত ভৰাই ৰাখিছিল ৩০ লাখ টকাৰ হেৰোইন, কাছাৰত ৱাইন শ্বপৰ গৰাকীক আটক  •  ৮ জানুৱাৰীৰ পৰা অষ্টম বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

নগাঁৱত পিছে পিছে খেদি ট্ৰাক চালকক উদণ্ড যুৱকে কৰিলে মাৰপিট, তাৰ পিছত… VIDEO

1,690
  • নগাঁৱৰ ৰেংবঙত উদণ্ড যুৱকৰ উদ্ভণ্ডালি।
  • ডবকাৰ পৰা পিছে পিছে খেদি আহি বালি ট্ৰাকৰ ড্ৰাইভাৰক মাৰপিটৰ অভিযোগ।
  • ৩-৪ জনীয়া যুৱকে সংঘটিত কৰিলে এই ঘটনা।

  • চালান দেখুৱাৰ পিছতো ড্ৰাইভাৰক মাৰপিট কৰে যুৱকৰ দলটোৱে।
  • এখন গাড়ী পলাই আহি কঠিয়াতলি আৰক্ষীৰ সহায় লয়।

  • অৱশ্যে অতিৰিক্ত বালি কঢ়িয়াই অনাৰ বাবে বনবিভাগে জব্দ কৰে ট্ৰাক দুখন।
  • জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ এএছ-০২-চি-৩৬৭২ আৰু এএছ-০২-এচি-৪৮৭০।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি