নগাঁৱৰ আকৌ বিদ্যুৎ বিভাগৰ অৱহেলা! পানীগাঁও চাৰিআলিত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ, চাওঁক VIDEO

নগাঁৱৰ আকৌ বিদ্যুৎ বিভাগৰ অৱহেলা! পানীগাঁও চাৰিআলিত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ, চাওঁক VIDEO
  • নগাঁও চহৰত অঘটন।
  • বিদ্যুৎ বিভাগৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ।
  • বিস্ফোৰনৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড।
  • জুইয়ে আৱৰি ধৰে পানীগাঁও চাৰিআলি।
  • মেৰামতি নকৰা আৰু অধিক বিদ্যুৎ সৰবৰাহ কৰিব লগা হোৱাৰ বাবে বিস্ফোৰণ হোৱাৰ সন্দেহ।
  • পানীগাঁও চাৰিআলিত আতংকময় পৰিৱেশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in