নগাঁৱৰ ছাত্ৰই বিশেষ মেট্ৰিক পৰীক্ষাত একে নম্বৰ লাভ সন্দৰ্ভত ছেবাৰ তদন্ত, স্পষ্ট কৰিলে সকলো…

নগাঁৱৰ ছাত্ৰই বিশেষ মেট্ৰিক পৰীক্ষাত একে নম্বৰ লাভ সন্দৰ্ভত ছেবাৰ তদন্ত, স্পষ্ট কৰিলে সকলো…

ডিজিটেল ডেস্কঃ নগাঁৱত বিশেষ মেট্ৰিক পৰীক্ষাত একে নম্বৰ লাভ কৰা বিষয়টো স্পষ্ট কৰিলে ছেবাই। বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পাছতেই তদন্ত আৰম্ভ কৰিছিল ছেবাই। তদন্তত ছাত্ৰজনে বিশেষ পৰীক্ষাত কম নম্বৰ লাভ কৰিছিল বুলি জানিব পৰা যায়।

প্ৰথমে লাভ কৰিছিল ৭৪ শতাংশ নম্বৰ। কিন্তু বিশেষ পৰীক্ষাত লাভ কৰিলে ৬৭.৫ শতাংশ। সেয়ে নিয়ম অনুসৰি যিটো পৰীক্ষাত বেছি নম্বৰ লাভ কৰিছিল সেই পৰীক্ষাৰ নম্বৰ দিছিল ছেবাই।

শনিবাৰে ছাত্ৰজনৰ অভিভাৱকক পৰীক্ষাৰ সকলো তথ্য দিয়ে ছেবাই। ছেৱাৰ এই আলোচনাৰ পিছতে সন্তুষ্টি লাভ কৰে অভিভাৱকে। ছাত্ৰ জনৰ অভিভাৱকে ছেবাক আৱেগত ফেচবুকত পোষ্ট দিয়া বুলি স্বীকাৰ কৰে।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in