সুৰামত্ত চিআৰপিএফ জোৱানে প্ৰহাৰ কৰিলে আৰক্ষীক, নগাঁৱত উত্তেজনা

সুৰামত্ত চিআৰপিএফ জোৱানে প্ৰহাৰ কৰিলে আৰক্ষীক, নগাঁৱত উত্তেজনা
  • নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।
  • সুৰামত্ত চিআৰপিএফ জোৱানে প্ৰহাৰ কৰিলে বিশেষ শাখাৰ আৰক্ষীৰ জোৱানক।
  • অগপ আৰু কংগ্ৰেছৰ ষ্ট্ৰং ৰূমৰ এজেণ্টকো প্ৰহাৰ।
  • অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰা গড়াজান জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী চেলিম জাভেদক আটক।
  • ঘটনাস্থলীত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুল দাস উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in