ৰাজেন গোহাঁই মূৰ্দাবাদ ধ্বনিৰে উত্তাল নগাঁও, জ্বলিল প্ৰতিকৃতি

ৰাজেন গোহাঁই মূৰ্দাবাদ ধ্বনিৰে উত্তাল নগাঁও, জ্বলিল প্ৰতিকৃতি
  • নগাঁৱত ৰাজেন গোহাঁইৰ প্ৰতিমূৰ্তি দাহ।
  • অসম জাতীয়তাবাদী যুৱ পৰিষদে দাহ কৰিছে প্ৰতিকৃতি।
  • কেন্দ্ৰীয় মন্ত্ৰীজনৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ।
  • এগৰাকী কম বয়সীয়া মহিলাই গোঁহাইৰ বিৰুদ্ধে তৰিছিল গোচৰ।
  • মন্ত্ৰীজনৰ বিৰুদ্ধে ২৫৯২/১৮ নম্বৰত পঞ্জীয়ন হৈছে গোচৰ।
  • এই ঘটনাৰ উচিত তদন্ত দাবী সংগঠনটোৰ।
  • মহিলাগৰাকীৰ স্বামীৰ বিৰুদ্ধেও ৰাজেন গোহাঁইৰ পুত্ৰই তৰিছে গোচৰ।
  • ব্ৰেলমেইলিঙৰ অভিযোগ উত্থাপন কৰিছে গোহাঁইৰ পুত্ৰ নবাৰুণে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in