পুৰণিগুডামৰ মোমায়েকৰ বাসগৃহলৈ নিয়া হৈছে পৰিমিতা দাসৰ মৃতদেহ…

পুৰণিগুডামৰ মোমায়েকৰ বাসগৃহলৈ নিয়া হৈছে পৰিমিতা দাসৰ মৃতদেহ…

  • নিমাতীঘাট নাও দুৰ্ঘটনাত নিহত পৰিমিতা দাসৰ মৃতদেহ নিয়া হৈছে নগাঁৱলৈ।
  • নগাঁৱৰ পুৰণিগুডামস্থিত মোমায়েকৰ বাসগৃহলৈ লৈ অনা হৈছে পৰিমিতাৰ মৃতদেহ।
  • সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ।
  • পুৰণিগুডামত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব পৰিমিতা দাসক নশ্বৰদেহত।
  • তাৰপাছত পোনে পোনে মৃতদেহটো লৈ অনা হ'ব গুৱাহাটীস্থিত বাসগৃহলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in