বিশ্বকৰ্মা পূজাৰ দিনাই নগাঁৱৰ ৰাঙলুমুখত অঘটন

বিশ্বকৰ্মা পূজাৰ দিনাই নগাঁৱৰ ৰাঙলুমুখত অঘটন
  • বিশ্বকৰ্মা পূজাৰ দিনাই নগাঁৱৰ নৈপাম ৰাঙলুমুখত অঘটন৷
  • বিদ্যুৎস্পৃষ্ট হৈ এজন শিক্ষকৰ কৰুণ মৃত্যু৷
  • নিহত শিক্ষকজন সোণাধৰ দাস৷
  • ঘৰত ইনৰ্ভাটাৰৰ কাম কৰি থকা অৱস্থাত এই ঘটনা।
  • লগে লগে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷
  • বন্ধুৰাম বৰা এল পি স্কুলৰ শিক্ষক আছিল সোণাধৰ দাস৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in