নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ চাদত চীপ লৈ আত্মহত্যা দশম শ্ৰেণীৰ ছাত্ৰৰ…

নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ চাদত চীপ লৈ আত্মহত্যা দশম শ্ৰেণীৰ ছাত্ৰৰ…
  • নগাঁৱত অঘটন।
  • নৱৰূপ জাতীয় বিদ্যাপীঠত সংঘটিত হৈছে এক কৰুণ ঘটনা।
  • বিদ্যালয়খনৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই আত্মহত্যা কৰিছে।
  • ছাত্ৰগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে।
  • বিদ্যালয়ৰ চৌহদলৈ নি প্ৰহাৰ কৰাৰ অভিযোগ।
  • ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ তুলিছে প্ৰহাৰৰ।
  • ছাত্ৰগৰাকীৰ নাম দিগন্ত বৰা।
  • বঢ়মপুৰত ঘৰ দিগন্তৰ।
  • বিদ্যালয়ৰগৃহৰ চাদলৈ গৈ আত্মহত্যা কৰে তেওঁ।
  • তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
  • স্কুল এৰি ওলাই যায় বিদ্যালয়ৰ আন ছাত্ৰ-ছাত্ৰীসকল।
  • ঘটনাস্থলীলৈ আৰক্ষী অহাৰো পলম হোৱাৰ অভিযোগ।
  • মুখ্যমন্ত্ৰীৰ এক অনুষ্ঠান আছিল নগাঁৱত।
  • সেয়েহে আৰক্ষী-প্ৰশাসন ব্যস্ত আছিল মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত।
  • ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে বন্ধ কৰিছে বিদ্যালয়খন।
  • ঘটনা গাপ দিয়াৰ চেষ্টা বিদ্যালয় কৰ্তৃপক্ষৰ।
  • শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে তেওঁক প্ৰহাৰৰ অভিযোগ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in