নগাঁৱত নৃশংস হত্যাকাণ্ড

নগাঁৱত নৃশংস হত্যাকাণ্ড
  • নগাঁৱৰ কচুৱা লুটুমাৰী বৰপুখুৰী মাজগাঁৱত নৃশংস হত্যাকাণ্ড।
  • ৰডেৰে মৰিয়াই হত্যা অভিজিৎ দৈমাৰী নামৰ এজন ২৪ বছৰীয়া যুৱকক।
  • অভিযুক্ত মূল হত্যাকাৰী দয়াৰাম দাসক অাটক কৰিছে অাৰক্ষীয়ে।
  • অান অভিযুক্ত জয়ন্ত হাজৰিকা, কমল হাজৰিকা, দিনেমাই দাস অাৰু ৰমাকান্ত দাস বৰ্তমান পলাতক।
  • বৰ্তমানলৈ হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।
  • ঘটনা সন্দৰ্ভত অাৰক্ষীৰ তদন্ত অাৰম্ভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in