নগাঁৱৰ ম’হমৰীয়াত অগ্নিকাণ্ড, ভস্মীভূত বাসগৃহ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • নগাঁৱৰ ম'হমৰীয়া চাৰিআলিত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভস্মীভূত এটা বাসগৃহ।
  • ম'হমৰীয়াৰ ভোলানাথ শৰ্মাৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • বাসগৃহটো ককায়েক জিতেন শৰ্মাই জ্বলাই দিয়াৰ অভিযোগ।
  • বেবেজীয়া আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত জিতেন শৰ্মাক।
  • গাঁৱৰ ৰাইজে জিতেন শৰ্মাক কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in