কামপুৰৰ কঠিয়াতলীত শোকাবহ পথ দুৰ্ঘটনা, নিহত ১, আহত ১

কামপুৰৰ কঠিয়াতলীত শোকাবহ পথ দুৰ্ঘটনা, নিহত ১, আহত ১
  • কামপুৰ কঠিয়াতলী গছতলত শোকাবহ পথ দুৰ্ঘটনা।
  • বজাৰলৈ গৈ থকা পথচাৰীক মহতিয়াই নিলে তীব্ৰবেগী টাটা মবাইলে।
  • থিতাতে নিহত ৰুবুল আলী নামৰ এজন লোক।
  • ইফালে আহত আন এজন লোক।
  • আহত লোকজনক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।
  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনখনে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in