নগাঁৱত স্বামীৰ আক্ৰমণৰ লক্ষ্য হ’ল পত্নী

নগাঁৱত স্বামীৰ আক্ৰমণৰ লক্ষ্য হ’ল পত্নী

ডিজিটেল সংবাদ, জুৰীয়াঃ নগাঁৱৰ জুৰীয়াত সোমবাৰে নিশা স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা। পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হয়।

চোকা অস্ত্ৰৰে স্বামীয়ে আক্ৰমণ কৰা মহিলাগৰাকীৰ নাম মুৰছিদা। বৰ্তমান অতি সংকটজনক অৱ্স্থাত মহিলাগৰাকী চিকিৎসাধীন হৈ আছে নগাঁৱৰ এখন চিকিৎসালয়ত। আক্ৰমণকাৰী স্বামী বৰ্তমান পলাতক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in