নগাঁৱত প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নগাঁৱত প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
  • নগাঁৱৰ গোমোঠা গাঁৱত প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।
  • আৰক্ষী-প্ৰশাসনৰ কঠোৰ নিৰাপত্তা বেষ্টনিৰ মাজতো ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি।
  • পুৰণিগুদাম ভেৰভেৰী মহামৃত্যুঞ্জয় মন্দিৰত অনুষ্ঠিত যজ্ঞত অংশগ্ৰহণৰ বাবে অহা সময়তে সন্মুখীন হয় এই পৰিস্থিতিৰ।
  • জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম শাখাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কৰে প্ৰতিবাদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in