শেহতীয়া খবৰ
প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  চাকি-মমবাতিয়েই নহয়, দুই-একে ফুটালে ফটকা, বজালে কাহি-ঘণ্টা...  •  হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা... VIDEO  •  লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সেনা বাহিনীৰ অভিযান, নিহত ৫ সন্ত্ৰাসবাদী...  •  লকডাউনৰ মাজতে দৈগ্ৰোঙত অগ্নিকাণ্ড...  •  দৰঙত ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি থকা ৯ জামাতৰ সদস্যক আটক...

নগাঁৱত প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

372
  • নগাঁৱৰ গোমোঠা গাঁৱত প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।
  • আৰক্ষী-প্ৰশাসনৰ কঠোৰ নিৰাপত্তা বেষ্টনিৰ মাজতো ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি।
  • পুৰণিগুদাম ভেৰভেৰী মহামৃত্যুঞ্জয় মন্দিৰত অনুষ্ঠিত যজ্ঞত অংশগ্ৰহণৰ বাবে অহা সময়তে সন্মুখীন হয় এই পৰিস্থিতিৰ।
  • জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম শাখাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কৰে প্ৰতিবাদ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি