ৰহস্যজনক ঘটনা! বাংগালুৰুত উদ্ধাৰ নগাঁৱৰ যুৱতীৰ মৃতদেহ…

ৰহস্যজনক ঘটনা! বাংগালুৰুত উদ্ধাৰ নগাঁৱৰ যুৱতীৰ মৃতদেহ…
  • বাংগালুৰুত ৰহস্যজনক ভাৱে মৃত্যু নগাঁৱৰ এগৰাকী যুৱতীৰ।
  • বাংগালুৰুত বন্ধ কোঠাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ ৰক্তাক্ত মৃতদেহ।
  • নগাঁও চহৰৰ পানীগাঁও ছয়আলিৰ নিবাসী প্ৰয়াত শৰৎ বৰা আৰু ৰীতা বৰাৰ একমাত্ৰ কন্যা পৰিণীতা বৰা বুলি চিনাক্ত কৰা হৈছে।
  • এয়াৰ এছিয়া নামৰ বিমান পৰিবহণ সংস্হাটোত কৰ্মৰত আছিল ২৫ বছৰীয়া পৰিণীতা বৰা।
  • কি পৰিস্থিতিত যুৱতী গৰাকীৰ মৃত্যু হ'ল সেই বিষয়ে জানিব পৰা হোৱা নাই।
  • পৰিয়ালৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
  • স্বাভাৱিক মৃত্যু নে ই এক হত্যাকাণ্ড সেই সন্দৰ্ভত বাংগালুৰু আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in