শেহতীয়া খবৰ
দিল্লীত হ্ৰাস পাইছে কোৰোনাঃ কাৰ্ফিউ শিথিলতাৰ প্ৰস্তাৱত অনুমোদন...  •  অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ...  •  সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...

নগাঁৱত ফুটবল ৰেফাৰী পৰীক্ষা…

ডিজিটেল সংবাদ, নগাঁও: অসম ফুটবলৰ সংস্থাৰ উদ্যোগত আৰু নগাঁও জিলা ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত শনিবাৰে পঞ্চম পৰ্যায়ৰ ৰেফাৰী পৰীক্ষা নগাঁৱত অনুষ্ঠিত হয়। উক্ত পৰীক্ষাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ২৪০ জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত ভাগ লয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে অসম ফুটবল সন্থাৰ মুখ্য ৰেফাৰীৰ মুৰব্বী দীপক দে’, সভাপতি কমল দত্ত আৰু অহিদুজ জামান, দিব্যজ্যোতি শৰ্মা, বোধ ৰাজ চেত্ৰী , মনোজ পাঠক, নাছিৰ উদ্দিন আহমেদ, বিশ্বজিৎ নাৰ্জাৰী, ৰিজেন বসুমতাৰী আদি৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি