বৰ্ন্যাতৰ কাষত নগাঁৱৰ শৈক্ষিক প্ৰতিষ্ঠান

বৰ্ন্যাতৰ কাষত নগাঁৱৰ শৈক্ষিক প্ৰতিষ্ঠান

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ দুশ পঞ্চাচটা বন্যাৰ্ত পৰিয়াললৈ নগাঁৱৰ এক শৈক্ষিক প্ৰতিস্হানে আগবঢ়ালে বান সাহাৰ্য ৷ শৈক্ষিক প্ৰতিষ্ঠান ডাচোৱানী ক্লাচেচৰৰ ডাচোৱানী ফাউণ্ডেশ্বনে আগবঢ়াইছে এই বান সাহাৰ্য ৷

জিলাখনৰ দেউধৰ, জলাহ,পাঠৰি, ননৈত বৰ্ন্যাতৰ মাজত বিতৰন কৰে খাদ্য সামগ্ৰী ৷ সামগ্ৰী সমূহৰ ভিতৰত আছে দাইল, মিঠাতেল, গাখীৰ, চিৰা, বিস্কুত, নিমখ, চাবোন, মুড়ি, পানী বটল আদি ৷ ডাচোৱানিৰ প্ৰাঞ্জল বৰাৰ নেতৃত্বত একাংশ শিক্ষাৰ্থীৰ উপস্হিতিত বান সাহাৰ্যসমূহ বিতৰন কৰা হয় বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in