নগাঁৱৰ জুৰীয়াত অগ্নিকাণ্ড, অগ্নিদগ্ধ এজন

নগাঁৱৰ জুৰীয়াত অগ্নিকাণ্ড, অগ্নিদগ্ধ এজন
  • নগাঁৱৰ জুৰীয়াৰ কাষৰী গাঁৱত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত অগ্নিদগ্ধ হ'ল এজন লোক।
  • অগ্নিদগ্ধ হোৱা লোকজনৰ নাম মইনুল হক।
  • সংকটজনক অৱস্থাত হকক নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি।
  •  ঘৰৰ ভিতৰত জ্বলি থকা চাকিৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in