নগাঁৱত অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • নগাঁৱত অগ্নিকাণ্ড।
  • বৰভেঁটিত এটা মৰাপাটৰ গুদামত দেওবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ড।
  • কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in