নগাঁৱত আৰক্ষী বিষয়াৰ পুত্ৰ বুলি পৰিচয় দি সন্ত্ৰাস চলোৱা যুৱকক আটক

নগাঁৱত আৰক্ষী বিষয়াৰ পুত্ৰ বুলি পৰিচয় দি সন্ত্ৰাস চলোৱা যুৱকক আটক

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও আৰক্ষীৰ জালত ভুৱা অপৰাধ অনুসন্ধান শাখাৰ নামত পৰিচয় দিয়া যুৱক। ধৃত যুৱকজনৰ নাম প্ৰিঞ্চ খান। নগাঁও চহৰৰ ভিআইপি ৰোডত ৰাইজক ক্ৰাইম ব্ৰাঞ্চৰ বিষয়াৰ পুত্ৰ বুলি পৰিচয় দি চলাইছিল সন্ত্ৰাস।

বাহনত লগাইছিল ক্ৰাইম ব্ৰাঞ্চৰ ফলক।ধৃত যুৱকজনৰ পিতৃৰ নাম জামালউদ্দিন আহমেদ। ইতিমধ্যে উপ-আৰক্ষী অধীক্ষক লৱ কুমাৰ দাস আৰু নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনন্ত দাসৰ নেতৃত্বত যোৱা এটা দলে বাহনসহ আটক কৰে যুৱকজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in