নগাঁৱৰ কামপুৰত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু মহিলাৰ

নগাঁৱৰ কামপুৰত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু মহিলাৰ
  • নগাঁও জিলাৰ কামপুৰত অঘটন।
  • বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল এগৰাকী মহিলাৰ।
  • পুৱা ঘৰৰ চোতাল সাৰি থকা অৱস্থাতে সংঘটিত হয় এই অঘটন।
  • পদুলিত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক সাৱতি লয় মহিলাগৰাকীয়ে।
  • মহিলাগৰাকীৰ ঘৰ ২ নং পুঠিমাৰীত।
  • তেওঁৰ নাম সবিতা ৰাণী চৰকাৰ।
  • মহিলাগৰাকীৰ মযত্যুৰ পাছতে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাৰ্ব্যস্ত কৰিলে স্থানীয় ৰাইজে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in