শেহতীয়া খবৰ
বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...  •  সন্মুখত গণৰাজ্য দিৱসঃ ১১.২লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকাৰে সাজু অসম খাদী ব’ৰ্ড...

নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত…

  • নগাঁৱৰ চকিটূপ হাজিপাৰাত আৰক্ষীয়ে চলাই অভিযান ৷
  • চৈয়দ তাজিমূল হক নামৰ ড্ৰাগছ ব্যৱসায়ী এজনক গ্ৰেপ্তাৰ ৷
  • হাজিপাৰাৰ নিজ গৃহৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল তাজিমূলে ৷
  • ধৃত ব্যৱসায়ীজনৰ ঘৰত নিশা ১০.৩০ বজাত অভিযান চলাই বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

  • আৰক্ষীয়ে লগতে উদ্ধাৰ কৰিছে নগদ ধন ৷
  • তাজিমূলৰ ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিছে দুগৰাকী মহিলাক ৷
  • আটক হোৱা মহিলা দুগৰাকী কাৰ্বিআংলঙৰ বুলি জানিব পৰা গৈছে।
  • সন্দেহ ৰৰা মতে, দুয়োগৰাকী মহিলাই ড্ৰাগছ সৰবৰাহৰে জড়িত ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি