নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত…

নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত…
  • নগাঁৱৰ চকিটূপ হাজিপাৰাত আৰক্ষীয়ে চলাই অভিযান ৷
  • চৈয়দ তাজিমূল হক নামৰ ড্ৰাগছ ব্যৱসায়ী এজনক গ্ৰেপ্তাৰ ৷
  • হাজিপাৰাৰ নিজ গৃহৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল তাজিমূলে ৷
  • ধৃত ব্যৱসায়ীজনৰ ঘৰত নিশা ১০.৩০ বজাত অভিযান চলাই বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
  • আৰক্ষীয়ে লগতে উদ্ধাৰ কৰিছে নগদ ধন ৷
  • তাজিমূলৰ ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিছে দুগৰাকী মহিলাক ৷
  • আটক হোৱা মহিলা দুগৰাকী কাৰ্বিআংলঙৰ বুলি জানিব পৰা গৈছে।
  • সন্দেহ ৰৰা মতে, দুয়োগৰাকী মহিলাই ড্ৰাগছ সৰবৰাহৰে জড়িত ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in