নগাঁৱৰ কুৰুৱাবাহীত তিনিদিন ধৰি সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

নগাঁৱৰ কুৰুৱাবাহীত তিনিদিন ধৰি সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ
  • নগাঁও জিলাৰ কুৰুৱাবাহীৰ এটা পুখুৰীত মৃতদেহ উদ্ধাৰ।
  • মৃতদেহটো নেত্ৰ কমল হাজৰিকা নামৰ এজন যুৱকৰ বুলি চিনাক্ত।
  • তিনিদিন ধৰি সন্ধানহীন হৈ আছিল তেওঁ।
  • ভাস্কৰ বৰা নামৰ লোকজনৰ পুখুৰীত উদ্ধাৰ হয় মৃতদেহটো।
  • ঘটনাস্থলীত জাজৰি আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হয়।
  • সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আবৰ্তত।
  • নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in