নগাঁৱৰ পাইছত উদ্ধাৰ হোৱা মৃতদেহ চিনাক্ত…

নগাঁৱৰ পাইছত উদ্ধাৰ হোৱা মৃতদেহ চিনাক্ত…
  • নগাৱঁৰ বাইপাছত উদ্ধাৰ হোৱা মৃতদেহ চিনাক্ত।
  • মাজপাঠৰিত উদ্ধাৰ হোৱা মৃতদেহটো এজন গাড়ী চালকৰ।
  • ২২ চেপ্টম্বৰৰ বিয়লি পথৰ কাষত উদ্ধাৰ হৈছিল চালক মকবুল হুছেইনৰ মৃতদেহ।
  • মকবুলৰ ঘৰ বাক্সাৰ পাকৃগুৰিত।
  • মকবুলৰ হত্যাৰে জড়িত তিনিজনক গ্ৰেপ্তাৰ।
  • মেৰাপানীত গ্ৰেপ্তাৰ তিনি হত্যাকাৰী।
  • মেৰাপানীৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে মকবুলৰ মাৰুতি গাড়ীখন।
  • তিনি হত্যাকাৰীয়ে মকবুলৰ মাৰুতি গাড়ীখন ১৮ চেপ্তেম্বৰত ভাড়ালৈ লৈছিল।
  • বাক্সাৰ পৰা গাড়ী ভাড়ালৈ লৈ নগাঁৱৰ বাইপাছেৰে আহি মাজপাঠৰিত মকবুলক হত্যা কৰি তিনি হত্যাকাৰী মেৰাপানীলৈ  গৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in