নগাঁৱত পুনৰ ৪১৬জন কোৰোনাত আক্ৰান্ত, দুজনে হেৰুৱাইছে প্ৰাণ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • নগাঁৱত দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।
  • মঙলবাৰে নগাঁৱত নতুনকৈ আক্ৰান্ত হৈছে ৪১৬জন।
  • ইফালে, দিনটোত কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু।
  • চিকিৎসালয়ৰ উপৰি মহাবিদ্যালয়তো কোভিড আৰোগ্য কেন্দ্ৰ স্হাপন।
  • প্ৰাৰম্ভিকভাৱে আক্ৰান্তক আচুতীয়াকৈ ঘৰত থকাৰ পৰামৰ্শ প্ৰশাসনৰ।
  • নজৰত থাকিব স্বাস্হ্য বিভাগৰ।
  • অক্সিজেনৰ ভাৰসাম্য ৰখাৰ বাবে শাৰীৰিক অনুশীলনৰ দিহা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in