শেহতীয়া খবৰ
ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...

নগাঁৱত পুনৰ ৪১৬জন কোৰোনাত আক্ৰান্ত, দুজনে হেৰুৱাইছে প্ৰাণ…

  • নগাঁৱত দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।
  • মঙলবাৰে নগাঁৱত নতুনকৈ আক্ৰান্ত হৈছে ৪১৬জন।
  • ইফালে, দিনটোত কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু।
  • চিকিৎসালয়ৰ উপৰি মহাবিদ্যালয়তো কোভিড আৰোগ্য কেন্দ্ৰ স্হাপন।
  • প্ৰাৰম্ভিকভাৱে আক্ৰান্তক আচুতীয়াকৈ ঘৰত থকাৰ পৰামৰ্শ প্ৰশাসনৰ।
  • নজৰত থাকিব স্বাস্হ্য বিভাগৰ।
  • অক্সিজেনৰ ভাৰসাম্য ৰখাৰ বাবে শাৰীৰিক অনুশীলনৰ দিহা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি