নগাঁৱত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

নগাঁৱত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক
  • অসম বন্ধৰ পূৰ্ণ প্ৰভাব পৰিছে নগাঁৱতো।
  • জিলাখনত জনশূণ্য ৰাজপথ।
  • ৰাজপথতত বন্ধ সমৰ্থকৰ জুই জ্বলাই প্ৰতিবাদ।
  • দোকান-বজাৰ বন্ধ থকাৰ লগতে যান-বাহন চলাচলো বন্ধ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in