নগাঁৱত ক’লা পতাকা লৈ এজেৱাইচিপিৰ প্ৰতিবাদ

নগাঁৱত ক’লা পতাকা লৈ এজেৱাইচিপিৰ প্ৰতিবাদ
  • কাৰ বিৰুদ্ধে নগাঁৱত ব্যাপক প্ৰতিবাদ।
  • শুকুৰবাৰে নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱাৰ পিছতে তীব্ৰতৰ হৈছে প্ৰতিবাদ।
  • অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ক'লা পতাকা লৈ প্ৰতিবাদ।
  • আৰক্ষীয়ে আটক কৰিছে ৪০ জনৰো অধিক লোকক।
  • পুৱাৰে পৰা তেওঁলোকে সাব্যস্ত কৰিছে প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in