নগাঁৱত ৰৈ থকা ট্ৰাকত আৰক্ষীৰ কনভয়ে মাৰিল খুন্দা, গুৰুতৰভাৱে আহত কেইবাজনো জোৱান…

নগাঁৱত ৰৈ থকা ট্ৰাকত আৰক্ষীৰ কনভয়ে মাৰিল খুন্দা, গুৰুতৰভাৱে আহত কেইবাজনো জোৱান…
  • নগাঁৱৰ ননৈ পেট্র'ল পাম্পৰ সন্মুখত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।
  • ৰৈ থকা ট্রাকত খুন্দা মাৰি বাগৰি পৰিল আৰক্ষীৰ কনভয়।
  • এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাজনো আৰক্ষী জোৱান।
  • সংকটজনক অৱস্থাত দুজনক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।
  • দুৰ্ঘটনাগ্রস্ত কনভয়খন কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্যৰ বুলি জানিব পৰা গৈছে।
  • দুৰ্ঘটনাগ্রস্ত কনভয়ৰ বাহনখনৰ নম্বৰ এমএল০২-৫৫২২।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in