নগাঁৱত পথ দুৰ্ঘটনা, তীব্ৰবেগী বাহনে মহতিয়ালে এজন আৰক্ষী জোৱানক

নগাঁৱত পথ দুৰ্ঘটনা, তীব্ৰবেগী বাহনে মহতিয়ালে এজন আৰক্ষী জোৱানক
  • নগাঁৱৰ কঠীয়াতলি ৰেংবেঙত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • অচিনাক্ত তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে এজন ১৫ আই আৰ বি এনৰ আৰক্ষী জোৱানক।
  • গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত ক্ৰিকেট খেলৰ কৰ্মত নিয়োজিত আছিল তেওঁ।
  • গুৱাহাটীৰ পৰা কৰ্তব্য সম্পাদন কৰি উভতি যোৱা পথত সংঘটিত হয় এই দুৰ্ঘটনা।
  • নিহত আৰক্ষী বিষয়াজনৰ নাম মুনিন্দ্ৰ কুমাৰ ধৰ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in