নগাঁৱত ভয়ংকৰ ঘটনা,ৰেল আলি পাৰ হ’ব লওঁতেই মহটিয়ালে ট্ৰেইনে, থিতাতে নিহত ৩

নগাঁৱত ভয়ংকৰ ঘটনা,ৰেল আলি পাৰ হ’ব লওঁতেই মহটিয়ালে ট্ৰেইনে, থিতাতে নিহত ৩
  • নগাঁৱৰ পুৰণিগুদামৰ ন'আলিমুৰত ভয়ংকৰ দুৰ্ঘটনা।
  • থিতাতে নিহত ৩জন।
  • গুৱাহাটীৰ পৰা শিলঘাট অভিমুখী ৰেলৰ ইঞ্জিনে মহতিয়াই নিলে চুইফ্ট বাহনক।
  • তিনিজন আৰোহীলৈ চুইফ্ট গাড়ীখনে অতিক্ৰম কৰাৰ চেষ্টা কৰিছিল ন'আলিমুৰ স্থিত ৰেল আলি।
  • নিহত লোক তিনিজনৰ বৰ্তমান পৰ্যন্ত উদ্ধাৰ হোৱা নাই পৰিচয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in