নগাঁৱৰ আমনিত সংঘটিত বলাৎকাৰ কাণ্ডৰ ৫ অভিযুক্তৰ নাম সদৰি

নগাঁৱৰ আমনিত সংঘটিত বলাৎকাৰ কাণ্ডৰ ৫ অভিযুক্তৰ নাম সদৰি
  • চামগুৰি আৰক্ষীয়ে তেজপুৰত অভিযান চলাই আটক কৰিছিল অভিযুক্ত কেইজনক।
  • আৰক্ষীয়ে ইতিমধ্যে সদৰি কৰিছে অভিযুক্ত ৫জনৰ নাম।
  • অভিযুক্ত কেইজন ক্ৰমে- নাম হাবিজ ভূঞা, ৰকিবুল ইছলাম
  • ৰমজান আলী,ছফিকুল ইছলাম আৰু মইনুল হুছেইন।
  • আৰক্ষীয়ে লগতে উদ্ধাৰ কৰিছিল অভিযুক্ত কেইজনে ব্যৱহাৰ কৰা এখন ছুইফট ডিজায়াৰ।
  • আন এজন অভিযুক্তক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in